DEUTA || JISHNU BARUAH || ASSAMESE MODERN SONG || 2024 ||

Поделиться
HTML-код
  • Опубликовано: 18 сен 2024
  • JB production presents (2024)
    যিষ্ণু বৰুৱাৰ
    দেউতা
    Jishnu Baruah's
    DEUTA
    ( দেউতাৰ পবিত্র স্মৃতিত এটি অসমীয়া আধুনিক গীত )
    (An Assamese song in memorium of my beloved father whom I lost on 27/12/2023)
    Behind the song :
    গায়ক :
    যিষ্ণু বৰুৱা
    Singer :
    Jishnu Baruah
    গীতৰ কথা :
    দুৰ্লভ সেনাপতি
    Lyricist :
    Durlabh Senapati
    গীতৰ সুৰ :
    যিষ্ণু বৰুৱা
    Composer :
    Jishnu Baruah
    সংগীত / শব্দ সংমিশ্রণ / শব্দযন্ত্ৰী : নিন্টু পাঠক
    Music Arrangements /Recordist / Mix & Mastering : Neentu Pathak
    বাদ্যযন্ত্ৰী | Musician :
    বাঁহী/ Flute : প্ৰদীপ ডেকা / Pradip Deka
    তবলা / Tabla & Percussions :
    ৰাজা বৰুৱা / Raja Baruah
    গিটাৰ / Guitar :
    নিৰ্মল দাস /
    Nirmal Das
    Lyrical video direction & editor : YANKEE
    Creative : KAMAL
    শব্দ বাণীবন্ধন : ৰেড্ওৱান ষ্টুডিঅ', গুৱাহাটী
    Vocals Record : Redone Studio, Guwahati
    Official lyrical video song released date :30/08/2024
    Song is at A scale
    গীত :
    দেউতা
    তুমি সাহস , তুমিয়েই প্ৰেৰণা ,
    তুমি বিশ্বাস , তুমিয়েই ভৰষা,
    তুমি জীৱন , তুমিয়েই ঠিকনা ,
    তুমিয়েই মোৰ মৰমৰ দেউতা।
    MUSIC
    মোৰ ঠুনুক - ঠানাক খোজৰ বাটত,
    আছিল তোমাৰ আঙুলিৰ পৰশ।
    মোৰ আধা ফুটা মুখৰ মাতক,
    তুমিয়েই শিকালা ক'বলৈ সুৰত।
    প্ৰতিটো কেঁচা সপোনৰ মাজত,
    তুমিয়েই ছাঁয়া হৈ থাকা যে আঁৰত।
    তোমাৰ স্নেহৰ একো নাই উপমা
    তুমিয়েই মোৰ মৰমৰ দেউতা।
    MUSIC
    তোমাৰ মৰম , তোমাৰ চেনেহে
    উপচায় ল'ৰালিৰ ঘাট,
    তোমাৰ আশীষ , তোমাৰ নিৰ্দেশে
    পোহৰায় জীৱনৰ বাট।
    তোমাৰ সান্নিধ্যই পাহৰায় যাতনা
    ক'লেও নহয় শেষ তোমাৰেই মহিমা।
    তোমাৰ ত্যাগৰ ক'তো নাই তুলনা,
    তুমিয়েই মোৰ মৰমৰ দেউতা।
    Special Thanks ❤ : We offer our gratitude to those,who encourage us at every walk in our effort.
    Our endeavour in contributing towards the rich heritage of Assamese music has always been
    supported by our listeners and well wishers which motivates us to keep creating the meaningful
    compositions for the audience.Words are always less to express, so we choose the path of
    music to convey our affection,love and honour towards our listeners. Keep listening. Thank you
    once again.
    For Contact JISHNU BARUAH :
    📱 : 9085301529 (Call & WhatsApp)
    📧: jishnusong@gmail.com
    Instagram : / jishnubarua. .
    ▶: / @jishnubaruahmusic
    Facebook Official Page : / jishnumusic
    (c) & (p) reserved by artists.
    Unauthorized copying and broadcasting are prohibited.. #DeutaSongOutNow
    #AssameseMusic
    #NewRelease
    #AssamMusicScene
    #DeutaReleasingToday
    #AssameseSong
    #MusicLovers
    #AssamPride
    #DeutaAssameseSong
    #NewMusicAlert
    #AssameseHits
    #DeutaSong
    #Jishnubaruah

Комментарии • 109